Assam HS 1st Year Admission 2026-27 — Online Apply via DARPAN Portal (ASSEB Div-II)
অসম HS ১ম বাৰ্ষিক ভৰ্তি ২০২৬-২৭ — DARPAN পোৰ্টেলৰ জৰিয়তে অনলাইন আবেদন (ASSEB Div-II)
Assam State School Education Board (ASSEB), Division-II (erstwhile AHSEC) has launched the DARPAN Online Admission Portal for Higher Secondary (HS) 1st Year admission for the academic session 2026–2027. Students who have passed the HSLC Examination 2026 can now apply online through this portal.
অসম ৰাজ্য বিদ্যালয় শিক্ষা পৰিষদ (ASSEB), Division-II (পূৰ্বৰ AHSEC) এ ২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে উচ্চতৰ মাধ্যমিক (HS) ১ম বাৰ্ষিক শ্ৰেণীত ভৰ্তিৰ বাবে DARPAN অনলাইন এডমিচন পোৰ্টেল চালু কৰিছে। HSLC পৰীক্ষা ২০২৬ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে এই পোৰ্টেলৰ জৰিয়তে অনলাইনত আবেদন কৰিব পাৰিব।
⚠️ এজন ছাত্ৰই সৰ্বাধিক ৫টা শিক্ষা প্ৰতিষ্ঠানত আবেদন কৰিব পাৰিব।
📅 Important Dates
📋 Step-by-Step Process
1. Visit the DARPAN portal: darpan.ahseconline.in
2. Click on "Register a New Account"
3. Enter your personal and educational details as required
4. Upload passport-size photo and HSLC marksheet
5. Choose a 4-digit Login PIN and click Register
6. Log in again and select your desired stream and institutions (maximum 5, in order of preference)
5. Click Submit and take a printout of the submitted form for future reference
6. Keep checking the portal regularly — you will be notified about selection through the portal
DARPAN পোৰ্টেললৈ যাওক: darpan.ahseconline.in
"Register a New Account" ত ক্লিক কৰক
ব্যক্তিগত আৰু শৈক্ষিক তথ্য পূৰণ কৰক
পাছপোৰ্ট ফটো আৰু HSLC মাৰ্কশ্বীট আপলোড কৰক
৪ সংখ্যাৰ Login PIN বাছক আৰু Register ত ক্লিক কৰক
পুনৰ লগইন কৰি নিজৰ পচন্দৰ বিষয় আৰু শিক্ষা প্ৰতিষ্ঠান বাছক (সৰ্বাধিক ৫টা, পছন্দ ক্ৰমানুসাৰে)
Submit ত ক্লিক কৰক আৰু জমা দিয়া ফৰ্মৰ প্ৰিণ্ট লওক
পোৰ্টেল নিয়মিত পৰীক্ষা কৰি থাকক — নিৰ্বাচনৰ বিষয়ে পোৰ্টেলৰ জৰিয়তে জনোৱা হ'ব
